0 00 1 min 4 yrs 212

কিমান সময়ৰ এটি মিঠা হাঁহি….?

লৈ যায় তাকো নিষ্ঠুৰ সময়ে আহি..!
স্মৃতিৰ কোলাত আপোন মোৰ
মাথোঁ থাকিব ভাহি..!
জীৱন আৰু 
বিচৰা নাই,
আপোনবোৰ মোৰ
কাঢ়ি লৈ যায়,
মই সহ্য কৰিব
নোৱাৰোঁ ও ভাই,
বুকু মোৰ
দেই-পুৰি যায়।
            – হেমন্ত ভৰালী
            – ৯৯৫৭৬৮৪৫৪৯
            – পাঠশালা

Leave a Reply

Your email address will not be published. Required fields are marked *