(১ম খণ্ড. ) হৰেণ শইকীয়া
অজানিতে মানুহ প্ৰেমত পৰে | ময়ো তাৰ ব্যতিক্ৰম নহয় | প্ৰেমত পৰিছো বহুবাৰ পিচে পিচলা নাছিলো | প্ৰেমত পৰিবলৈ আদি অন্ত নালাগে | কোন মূহুত্বত কোন কাৰ প্ৰেমত পৰে কোনেও নাজানে |
আনক দেখি মোবাইল এটা ললো | কেতিয়ানো ফেচবুক,হোৱাটচেপ,ই.মেইল ,ইন্টাৰনেটৰ মাজত নিচাসক্ত হলো গমেই নাপালো | মানুহৰ প্ৰেমত পৰাটো মোৰ এটা গুণ নে দুখ নাজানো | ভাল-বেয়া,সৰু-ডাঙৰ, অলেখ জন মানুহৰ বিভিন্ন চৰিত্ৰত প্ৰেমত পৰি বিভোৰ হওঁ | কিছুমান সাধাৰণ আৰু কিছুমান অগতানুগতিক |
ফেচবুকৰ নিচাত ডুবি থাকোতেই মেচেঞ্জাৰ লাইটত কমেণ্ট পালো |” GOOD MORNING SIR” বন্ধুজনৰ ৰহস্যময়ী হাঁহিটো বিশ্লেষণ কৰি থাকোতেই স্কীনত দেখিলো ,I know sir ,আচৰিত তেওঁ মোৰ বিষয়ে কি জানে ? তেওঁৰ প্ৰফাইল চাই দেখিলো “I am earzy beautiful girl, of the bank of thr Avon , (The birthplace of SHAKESPEARE) ,বুজি পালো ছোৱালীজনী ইংলণ্ডৰ বাৰ উইক শ্বায়াৰৰ এভন নৈ পাৰৰ বিশ্ব বিখ্যাত শ্যেক্সপিয়েৰৰ জন্মস্থান ষ্টেটফৰ্ড অন এভন চহৰৰ | নাম তাইৰ লি |
PLS. Give Whatsapp No.,and E Mail, U My Best Fnd .এজনী বিদেশী ছোৱালীৰ লগত বন্ধুত্ব মজা লাগিব ,তাতে শ্যেক্সপিয়েৰৰ জন্ম নগৰৰ | গতিকে নভৱা নিচিন্তাকৈ yes কৰি দিলো |
শ্ৰীমতী আৰু সন্তান হালৰ পৰা সাৱধানে হোৱাটচেপ কৰিব লাগে |ছোৱালী বুলিলে সৰুৱে হওক ডাঙৰে হওক ক’বটো নোৱাৰি | ছোৱালীজনী ৰঙীয়াল আৰু স্মাৰ্ট | নজনাক জনা প্ৰবল আগ্ৰহ | এসপ্তাহমান মোৰ লগত মতৰ আদান -প্ৰদান হোৱাৰ পিচত অসমীয়া লিপি আৰু অভিধান লৈ অসমীয়া ব্যৱহাৰ কৰিব পৰা হ’ল |
দুয়োজনে বিভিন্ন টপিকৰ ওপৰত মতৰ আদান-প্ৰদান কৰি বন্ধুত্ব গাঢ় হোৱা পিচত এদিন এটা মেচেজ পালো |
I Love you ,Best Fndএভন নদীৰ সোঁতেৰে তোমাৰ ব্ৰহ্মপুত্ৰত সাঁতুৰি ,হৃদয় উজাৰি তোমাৰ লগত জীৱন সংগী হ’ব খোজো |
মই বিবাহিত ,দুটা সন্তানৰ বাপেক ,
কিয় দুজনীক বিয়া পাতিব নোৱাৰে নেকি
নোৱাৰে আইনমতে দণ্ডনীয়
কপালত ৰঙা সেন্দুৰৰ ফোট লম ( আগলৈ)
.