0 00 1 min 1 yr 88
সকলো জাতি জনগোষ্ঠীয়েই  আদৰি লোৱা পৰিলক্ষিত হৈছে ৮২ নং ৰহা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শশী কান্তু দাসক। 
দেওবাৰে সমষ্টিটোৰ জুৰিপাৰ পঞ্চায়তৰ চাহজনগোষ্ঠীয় এলেকাত ব্যাপক প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী জনে।
চাহ যুৱক-যুৱতী সকলে জনগোষ্ঠীয় নৃত্য গীতেৰে আদৰি আনে প্ৰাৰ্থী জনক।
সভাখনত শতাধিক পুৰুষ-মহিলাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগ দিয়ে।

Leave a Reply

Your email address will not be published.