0 00 5 yrs 200
নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত যোগ দি ৰাজনৈতিক জীৱনৰ পাতনি মেলিব বিচৰা বলীউডৰ ৰংগিলা গাৰ্ল উৰ্মিলাই আজি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা উৰ্মিলাৰ শোচনীয় ভাবে পৰাজয় হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *