0 00 2 yrs 35
ৰাজাবাৰী
২৭ মে

এটা মৰ্মান্তিক তথা হৃদয়বিদাৰক ঘটনা , মালবাহী গাড়ীয়ে মহতিয়াই চূৰমাৰ কৰে পথৰ কাষৰ দোকান । এজন যুৱকৰ ঠাইতে মৃত্যু হয় । তীব্ৰ বেগত চলি থকা বাহনখনৰ চালকজনে ভাৰসাম্য ৰক্ষা কৰিব  নোৱাৰাৰ ফলত উক্ত ঘটনাটো সংঘটিত হয় ।
অঞ্জন সন্দিকৈ

Leave a Reply

Your email address will not be published. Required fields are marked *