ৰাজাবাৰী
২৭ মে
এটা মৰ্মান্তিক তথা হৃদয়বিদাৰক ঘটনা , মালবাহী গাড়ীয়ে মহতিয়াই চূৰমাৰ কৰে পথৰ কাষৰ দোকান । এজন যুৱকৰ ঠাইতে মৃত্যু হয় । তীব্ৰ বেগত চলি থকা বাহনখনৰ চালকজনে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰাৰ ফলত উক্ত ঘটনাটো সংঘটিত হয় ।

অঞ্জন সন্দিকৈ