0 00 4 yrs 130

তুমি বৰষা মোৰ বুকুলৈ
মই বৰষো তোমাৰ বুকুলৈ
শাওনৰ প্ৰথমজাক বৰষুণ হৈ

সাগৰৰ দৰে বাঢ়িছে
আমাৰ ভালপোৱা
হৃদয়ত বাঢ়িছে মেঘমল্লা
আকাশত জিলিকে
এটা দুটা অজস্ব তৰা…

Leave a Reply

Your email address will not be published.