0 00 3 yrs 188

অচিৰেই মাজুলি ৰাইজৰ বাবে মুকলি কৰি দিয়া হব আয়ুষ হস্পিতেল

নিমাতি ঘাটত স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তৰ ঘোষনা

সমগ্ৰ ৰাজ্যতে আতংকৰ সৃষ্টি কৰা ফেৰি দুৰ্ঘটনাৰ পাছতে ইজনৰ পাচত সিজনকৈ মন্ত্ৰী তথা জনপ্ৰতিনিধি উপস্হিত হৈছেগৈ নিমাতি ঘাটত |

যোৱা কালি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু আজি অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
নিমাতি ঘাটত উপস্থিত হয় আৰু নিমাতি ঘাট আৰু মাজুলীৰ মাজৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ।

বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নিমাতি আৰু মাজুলীৰ মাজত সেৱা আগবঢ়োৱা 108 কেইখন ভালদৰেই চলি আছে বুলি মন্ত্ৰী গৰাকীয়ে কয় ।

আৰু মাজুলীত যি খন আয়ুস হস্পিতালৰ কাম চলি আছে সেইখন অতি সোনকালে মাজুলী ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।

দেৱজিৎ বৰা টীয়ক

Leave a Reply

Your email address will not be published. Required fields are marked *