0 00 1 min 4 yrs 231
৮ডিচেম্বৰ ঃ 
গৃহ সমষ্টি বোকাখাতত অতুল বৰা তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় ৷ বোকাখাত অফিচাৰ্চ ক্লাৱত অগপ ৰ বিধান মণ্ডলৰ অধিৱেশনত অতুল বৰা উপস্থিতৰ পাছতেই আছু কৰ্মীয়ে কলা পতাকা দেখুৱাই বাহিৰত তীব্ৰ প্ৰতিবাদ সাবস্ত্য কৰে৷ উক্ত সময়ত অতুল বৰাই অগপ ৰ বিধান মণ্ডলৰ অধিবেশনত ভাষণ দিয়াত ব্যস্ত হৈ থাকে ৷অগপ ই CAB ক এতিয়াও সম্পূৰ্ণ সমৰ্থন কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত মত পোষণ কৰে। সংশোধীত CAB হে সমৰ্থন কৰিব অগপ ই  ৷ বোকাখাতত এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ ৷ কালিলৈ গুৱাহাটীত অনুস্থিত সভাতহে CAB সম্পৰ্কে সিদ্ধান্ত লব অগপ ই ৷
পপী শইকীয়া 
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *