0 00 4 yrs 168

প্ৰতিবাদ নিৰবিচ্ছিন্ন

অগ্নিশিখা হৈ আজি ৰাইজ ৰণোৱা
বজ্ৰনিনাদ হৈ ৰণশিঙা বাজে,
ৰজাৰ নিশাৰ ঘুমটি হৰে ।
নিশাৰ শিলুৱা এন্ধাৰে কি আমাক ৰোধিব ? 
পুৱতিৰ ৰক্তাভ সূৰ্য যে আমাৰ লক্ষ্য ।
বজ্ৰ আমাৰ কন্ঠ , বুকুত সাহস অদম্য ।
আঁজুৰি আনিমেই আমাৰ জন্ম স্বত্ব , 
আমি অপ্ৰতিৰোধ্য ।
সুব্ৰত দুৱৰা

Leave a Reply

Your email address will not be published. Required fields are marked *