0 00 4 yrs 193

পোনৰ পম খেদি 

দুচকুত নিবিড় জোনাক,
ৰিব্ ৰিব্ মলয়াৰ কোমল পৰশত
আন্দোলিত মোৰ হৃদয়ৰ দুৱাৰ।
কত আছ,মোৰ শিপিনী চৰাই
আহ আহ সাউত্কৰে,এমুঠি ধান দিম
ধান খাবি গান গাবি
বুকুত বাছিবি ববচা ফুল।
হেলমিনা খাতুন

Leave a Reply

Your email address will not be published. Required fields are marked *