0 00 1 min 6 yrs 133
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা আপডেটত সুধিছে যে ‘মুছলমান’ মানুহ মূখ্যমন্ত্ৰী হ’ব নোৱাৰে নেকি?
কথাটো যিধৰণে সুধিছে এনে লাগিল যেন ভাৰতীয় মূলৰ ব্যক্তি যেন নহয়েই তেওঁ। আমি মুছলমান মানুহৰ বিৰুধী নহয় বিৰুধী গোড়ামীৰ। আমি বিৰুধ কৰো আমাৰ অস্তিত্বৰ বাবে। আমাক লাগে এজন সুস্থ প্ৰতিনিধি। তেওঁ মুছলমানেই হওক বা অন্য কোনোবা ধৰ্মৰ। কিন্তু আমি অসমীয়া, অসমত বাস কৰো। নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সদায় সদায় অসমীয়া যেন লগা এজনকহে সমৰ্থন কৰিম।
অসমত মুছলমান মুখ্যমন্ত্ৰী আসনত উপবিষ্ট হৈছে দুবাৰকৈ। যোগ্যতা আছিল তেখেতলোকৰ ।
কিন্তু এতিয়া বদৰুদ্দিন আজমল জানো যোগ্য মুখ্যমন্ত্ৰী পদৰ বাবে। অসমত থাকিও যিজনে অসমীয়াটোকে শুদ্ধকৈ ক’ব নোৱাৰে সেইজন জানো যোগ্য মুখ্যমন্ত্ৰী পদৰ বাবে?? অসম বিধানসভাত যিমান কেইজন জনপ্ৰতিনিধিয়ে শুদ্ধকৈ অসমীয়া ভাষা ক’ব নোৱাৰে তেওঁলোকক পুণৰ ২০২১ত হ’ব লগা নিৰ্বাচনত বহিষ্কাৰ কৰিব লাগে।
অসমত অসমীয়া, বিহাৰত বিহাৰী, মণিপুৰত মণিপুৰী, অৰুণাচলত অৰুণাচলী।
মনত ৰাখিব
“অসম অসমীয়াৰ বাবে, কোনো বিদেশীৰ বা অজাতিৰ পৈতৃক সম্পত্তি নহয়। “
জনাৰ্দন নেওগ

Leave a Reply

Your email address will not be published. Required fields are marked *