0 00 1 min 4 yrs 223

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিল গৃহীত হোৱাক লৈ চিন্তিত আৰু শংকিত নহ’বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনায় । তেওঁৰ মতে হেনো অসম তথা অসমীয়া ৰাইজৰ মাজত CAB নামৰ বাঘটোৱে একো প্ৰভাৱ নেপেলায় । সকলো আগৰ দৰেই থাকিব । লগতে

“অসমীয়া জাতিৰ পৰিচয়, অধিকাৰ, চহকী সংস্কৃতি আৰু ঐতিহ্য সাংবিধানিক ৰক্ষাকৱচৰদ্বাৰা সুৰক্ষিত কৰাৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ।
অসমৰ উন্নয়নৰ যাত্ৰাক শক্তিশালী ৰূপ দিবলৈ এই সময়ত শান্তি-শৃংখলা অটুট ৰখাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে, সাতামপুৰুষীয়া ভাতৃত্ববোধ বজাই ৰাখিবলৈ সকলো শ্ৰেণীৰ লোককে মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ।” বুলি জানিবলৈ দিয়ে ।
আনহাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াত টুইট কৰি প্ৰায় একে ধৰণেই কয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *