অসমৰ জনপ্ৰীয় Youtuber ভূষন পাথকৰ প্ৰসংশনীয় পদক্ষেপ
মহামাৰীৰ সময়ত আৰ্তজনক সহায়ৰ হাত অসমৰ জনপ্ৰিয় YouTuber তথা বৰপেটাৰ সন্তান ভূষন পাঠকৰ ।
YouTuber ভূষন পাঠকে আজি তেওঁৰ উপাৰ্জনৰ ধনেৰে বৰপেটা চহৰৰ কিছু সংখ্যক দুখীয়া শ্ৰেণীৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে।
হিমাংশু