0 00 1 min 3 yrs 228

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই  ২৭ মে’ পুৱা ১০ বজাত বোকাখাতৰ বৰগছ ৰিজ’ৰ্টত আসন্ন বাৰিষাৰ সময়ছোৱাত নগাঁও, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ আৰু কাৰ্বি আংলং জিলাত বন্যপ্ৰাণীৰ সুৰক্ষা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশ ল’ব । বৈঠকত মাননীয় বিত্ত মন্ত্ৰী অজন্তা নেওগ, মাননীয় কৃষি মন্ত্ৰী অতুল বৰা আৰু মাননীয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত থাকিব ।

#breakingnews  #assam #dipro

Leave a Reply

Your email address will not be published. Required fields are marked *