0 00 1 min 4 yrs 221
৪ মাৰ্চ ২০২০
বোকাখাতত অনুষ্ঠিত হব অসম ৰাজ্যিক বাৰইক সমাজৰ ত্ৰয়োদশ ত্ৰি-বাৰ্ষিক অধিবেশন।বোকাখাতৰ গড়মূৰ হাইস্কুল খেলপথাৰত চলিত মাৰ্চ মাহৰ 14আৰু15তাৰিখত অনুষ্ঠিত হব লবা অধিবেশনৰ লাই খুটা স্থাপন কৰা হয় একক মাংঙ্গলিক অনুষ্ঠানেৰে।চাহ জনগোষ্ঠীৰ অন্য তম এক উপজাতি বৰাইক সকলক একত্ৰিত কৰা এই অধিবেশনত অসমৰ বৰাইক সকলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বসবাস কৰা বৰাইক সকলে এই অধিবেশনত অংশগ্ৰহণ কৰা কথা সাংবাদিক সকলক জানিবলৈ দিয়ে।অধিবেশনৰ মূল সভাত অসমৰ মূখ্য মন্ত্ৰীৰ লগতে অসম চৰকাৰৰ কেইবা গৰাকী মন্তীও উপস্থিত থাকিব।
পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *