0 00 1 min 5 yrs 168
 আগষ্ট মাহত মুক্তি লাভ কৰিব লগীয়া এখন বিগ বাজেটৰ ছবি হ’ল বাহুবলী ষ্টাৰ প্ৰভাচৰ বহু চৰ্চিত ছবি “চাহু” । ইতিমধ্যে আৰম্ভ হৈছে চাহুৰ প্ৰমোচনৰ কাম । ছবিখনৰ বেদব্ই শীৰ্ষক গীতটি আজি মুকলি কৰি দিছে য’ত চাহু ৰ বিপৰীতে আছে বলিউডৰ বিউটিফুল গাৰ্ল জেকলিন । জানিব পৰা মতে দুই মিনিটৰ এই গীতটোত অভিনয়ৰ বাবে জেকলিনে লৈছে দুই কোটি টকা । আনহাতে ছবিখনত নায়িকাৰ ভূমিকাত আছে শ্ৰদ্ধা কাপুৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *