0 00 1 min 5 yrs 208
     

বিখ্যাত পাৰ্চিয়ান গণিতজ্ঞ উমৰ খায়ামৰ আজি ৯৭১ বছৰীয়া জন্মদিন । তেওঁৰ জন্ম ১০৪৮ শতিকাৰ ১৮ মেত ইৰাণৰ উত্তৰ- পূৰ্বাঞ্চলৰ নিচাপুৰত হৈছিল ।
গণিতজ্ঞ হিচাপে তেওঁ কিউবিক সমীৰণৰ সমাধান আৰু শ্ৰেণী বিভাজনৰ ওপৰত কাম কৰিছিল । গণিতজ্ঞ হোৱাৰ উপৰিও তেওঁ এজন কবি-সাহিত্যিকো আছিল ।

অঞ্জন সন্দিকৈ

Leave a Reply

Your email address will not be published. Required fields are marked *