0 00 1 min 4 yrs 231

ইউটিউবাৰকে আদি কৰি গীতিকাৰ-সুৰকাৰ সকলোৱেই ম’বাইলত ভ্ইচ ৰেকৰ্ড কৰা দেখা যায় । হয় বন্ধু সকল আজি মই এনে ম’বাইল এপৰ কথা কবলৈ উলাইছো যিটোৰ যোগেদি আপুনি আপোনাৰ এণ্ড্ৰইড ম’বাইল ফোনটোতে হায় কোৱালিটিৰ অডিঅ’ ৰেকৰ্ড কৰিব পাৰিব । লেক্সিচ অডিঅ’ এপটোৰ যোগেদি আপুনি হায় কোৱালিটিৰ অডিঅ ৰেকৰ্ডেই নহয় সম্পাদনায়ো কৰিব পাৰিব । গতিকে প্লে ষ্টৰপৰা এতিয়াই ইনষ্টল কৰক উক্ত এপটো ।

Leave a Reply

Your email address will not be published. Required fields are marked *