মই ৰৈ অাছো সেই বাটত
যি বাটেৰে তুমি উভতি গৈছিলা
যি বাটেৰে তুমি দিয়া প্ৰতাৰণাবোৰ এখোজ দুখোজ কৈ জখলা মেলিছিল
যি বাটত মই ৰৈ অাছো
সেই বাটত প্ৰষ্ফূতিত হৈছে
তোমাৰ প্ৰতিবিম্ব
যি অচৰ অাৰু অটল।
লোকপ্ৰিয়া বৰা
Tied up with a NATIONAL MEDIA AGENCY