0 00 4 yrs 221

হিবাচোন এবাৰ আমাৰ জিনকাটালৈ
 ভাতৃত্বৰে ভৰা 
আমাৰ জিনকাটা গাঁও 
প্ৰাকৃতিক ৰহনেৰে ভৰা 
এইখন গাঁও
আঘোনৰ সোণোৱালী ধাননি পথাৰ 
চাৰিওফালে কাঁচিৰ কেচ কেচ মাত।।
ইয়াতেই আছে চৰকাৰী বেচৰকাৰী 
বহুতো শিক্ষানুষ্ঠান
শিশু শিক্ষাৰ 
এক মূল মন্ত্ৰৰ স্থান ।
আহিবাচোন চোন এবাৰ আমাৰ গাঁওলৈ
চাই যাবা সংস্কৃতিৰ ভঁৰাল
ইয়াতেই অনুষ্ঠিত হয় 
বছৰি বিভিন্ন উৎসৱ।
এয়াই যেন আমাৰ 
সম্প্ৰীতিৰ গাঁও 
যত আছে গুৰুজনাৰ সৃষ্টি 
দুখনি সত্ৰ 
সন্ধিয়া,গধূলি গোটেই গাঁওতেই 
মুখৰিত হয় হৰি,কীৰ্তনৰ ধ্বনি।
নাম :হংস নাৰায়ণ ভকত 
গাঁও : জিংকটা 
জিলা :ধুবুৰী

Leave a Reply

Your email address will not be published. Required fields are marked *