0 00 1 min 5 yrs 206
    নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পৰিচালনা আৰু অভিনয়েৰে আহিব ধৰিছে নতুন অসমীয়া কথাছবি “কাঞ্চনজংঘা” । বৰ্তমান সকলোফালে “কাঞ্চনজংঘা” আৰু “কাঞ্চনজংঘা” । দ্ৰুতগতিত চলিচে প্ৰচাৰ । হাজাৰ – হাজাৰ অনুৰাগীৰ মাজত একাকাৰ হৈ পৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ ।
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ শেহতীয়াকৈ মুক্তি পোৱা ছবি আছিল “মিচন ছাইনা ” । “মিচন ছাইনা”ৰ অভূতপূৰ্ব সফলতাৰ পাছত জুবিন দা এইবাৰ “কাঞ্চনজংঘা”ক লৈয়ো বহু আশাবাদী ।

Leave a Reply

Your email address will not be published. Required fields are marked *