0 00 1 min 5 yrs 218

মোৰ প্ৰতি থকা তোমাৰ 

সন্দেহৰ ভাৱনাবোৰ হ’ল এক ভূমিকম্প
যিয়ে মোৰ হৃদয়  নামৰ সাগৰৰ কল্পনাত 
সৃষ্টি কৰে বিষাদৰ চুনামি
পলকতে তোমাক লৈ ৰচা সপোনৰ ঘৰখন, বহুদিনীয়া মৰমবোৰ
ভাঙি চিঙি চুৰমাৰ কৰে
আমাৰ মাজত থকা বিশ্বাসৰ এনাজৰী।।

Leave a Reply

Your email address will not be published. Required fields are marked *