0 00 4 yrs 239

উপহাৰ

   উৎসৱত
 আলোড়িত
মোৰ দুখ;
 অহাবাটেই
যাগৈ ওলটি।
এয়াই মোৰ
ঠিকনা নিগাজি।
বুকুৰ দুখবোৰ,
আকলুৱা সুখৰ দৰেই
ইকাটি সিকাটি।
       
শিখা বেজবৰুৱা গোস্বামী

Leave a Reply

Your email address will not be published. Required fields are marked *