0 00 1 min 3 yrs 228

এখন বিৰল ছবি ।ক’ভিড পজিটিভ ৰোগীক নিজে কান্ধত নিলে চিকিৎসালয়লৈ । দৃশ্যটো নগাঁও জিলাৰ ৰহাৰ।শহুৰেক থুলেশ্বৰ দাসক বোৱাৰীয়েক নিহাৰিকা দাসে নিজে পিঠিত তুলি এনেকৈ ৰহা চিকিৎসালয়লৈ নিলে । চিকিৎসালয়ৰ পৰা নিজে বৃদ্ধ শহুৰেকৰ লগত নগাঁৱৰ ক’ভিড চিকিৎসালয়লৈ গ’ল । শহুৰেকৰ লগতে নিজেও হল পজিটিভ ।নিহাৰিকাই কলে ” আনলৈ বাট নাচাই অসুস্থ শহুৰ দেউতাক নিজেই নিলো চিকিৎসালয়লৈ” ।

Leave a Reply

Your email address will not be published. Required fields are marked *