0 00 1 min 3 yrs 237
নৱপ্ৰজন্মৰ এজন প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতি সম্পন্ন অভিনেতা হ’ল S Raju Rock 
কেৱল নামেই নহয় কামতো তেওঁ Rock 
নিজৰ সুদক্ষ অভিনয়েৰে অতি কম সময়ৰ ভিতৰতে অসমবাসী ৰাইজৰ হৃদয়স্পৰ্শ কৰিবলৈ সক্ষম হয় । এটি মিচিকীয়া হাঁহিৰে সুঠাম দেহৰ অধিকাৰী ৰাজুৱে এতিয়ালৈকে কেইবাটাও মিউজিক ভিডিঅ’ত দক্ষতাৰে অভিনয় কৰিছে । তাৰ ভিতৰত কিছুমান হ’ল “ধুনী” , “ডুলিয়াজানৰ মামনী “, “কুঞ্জলতা” আৰু বহুতো ।নৱপ্ৰজন্মৰ এজন প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতি সম্পন্ন অভিনেতা হ’ল S Raju Rock 
কেৱল নামেই নহয় কামতো তেওঁ Rock 
নিজৰ সুদক্ষ অভিনয়েৰে অতি কম সময়ৰ ভিতৰতে অসমবাসী ৰাইজৰ হৃদয়স্পৰ্শ কৰিবলৈ সক্ষম হয় । এটি মিচিকীয়া হাঁহিৰে সুঠাম দেহৰ অধিকাৰী ৰাজুৱে এতিয়ালৈকে কেইবাটাও মিউজিক ভিডিঅ’ত দক্ষতাৰে অভিনয় কৰিছে । তাৰ ভিতৰত কিছুমান হ’ল “ধুনী” , ডুলিয়াজানৰ মামনী , কুঞ্জলতা  আৰু বহুতো ।
অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰা ৰাজুৱে নিজৰ ঘৰখনৰপৰাই অভিনয়ৰ আদিপাঠ গ্ৰহণ কৰিছিল বুলিব পাৰি । অভিনয় কৰি ভালপোৱা ৰাজুৰ ব্যৱসায়িক জগতখনৰ সৈতেও এক নিবিড় সম্পৰ্ক আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *