0 00 1 min 6 yrs 225
লামডিংত অসমীয়া সমাজে অনুষ্ঠিত কৰিব খোজা বিহু অনুষ্ঠান তাৰ বেংগলী সমাজে ব্যাপক বাধা প্ৰদান কৰিছে।
কাৰণ জুবিন গাৰ্গ  হিন্দু বাংলাদেশী  অসমলৈ অনা বিল খনলৈ তীব্ৰ বিৰোধিতা কৰিছিল।

ফলত এই ভাবুকি দিয়া পৰিস্থিতি_সৃষ্টি_হৈছে।
এতিয়া কথা হল, লামডিংত আজি অসমীয়া অসহায়। তাৰ পৰা মোলৈ কিছু অসমীয়া পৰিয়ালে খবৰ পঠাইছে।
স্থানীয়_বিধায়কেও পৰিস্থিতিৰ সম্পৰ্কে মৌন।
তাৰ স্থানীয় অসমীয়া মহিলাই উত্তেজিত হৈ কলে যদি_বিহু_নহয় তেন্তে_পূজাও_নহব।
তাকে শুনি তাৰ বেংগলী সকলে কৈছে  অসমীয়া মহিলাই আমাক ৰাজহুৱা ক্ষমা বিচাৰিব লাগিব। নহলে পৰিস্থিতি আৰু ভয়াবহ হব।
মুঠতে এতিয়া তাৰ অসমীয়াবোৰ সন্মুখত তীব্ৰ প্ৰহত্যাবান।
মইও কথা দি দিলোঁ বিহু তাত হবই লাগিব।
Whatsapp যোগেদি তাৰ  বেংগলী লোকে ব্যাপক প্ৰচাৰ চলাইছে। এই বিষয়। যদি আপুনি প্ৰকৃত অসমীয়া হয় তেনেহলে যিমান পাৰে সিমান আমাৰ অসমীয়া মানুহলৈ কথাটো জনাওক। জয় আই অসম

Leave a Reply

Your email address will not be published. Required fields are marked *