0 10 1 min 2 yrs 176

হয় , উদালগুৰি জিলাৰ ডিমাকুচিৰ পৰা গাড়ী চুৰি কৰি অনাৰ লগতে ঢেকিয়াজুলিৰ নাৰী চুৰি কৰি আনি কচুৱাৰ ৰজাগাঁৱত ধৰা পৰিল ৰাজদ্বীপ নামৰ এজন যুৱক।

উল্লেখযোগ্য যে এখন ৱেগেনাৰ গাড়ী As01BX2680 কামপুৰৰ কচুৱা থানাৰ অন্তুৰ্গত ৰাজাগাঁৱত উদ্ধাৰ হয়।

গাড়ী চোৰটো কচুৱাৰ ৰজাগাঁৱৰ উত্তৰ আমেৰিৰ ৰাজদ্বীপ ভদ্ৰ।

জানিব পৰা মতে ৰাজদ্বীপ ভদ্ৰই যোৱা বিশ্বকৰ্মা পূজাৰ দিনা অতি কৌশলৰে গাড়ীখন উদালগুৰীৰ পৰা চুৰি কৰি আনিছিল। স্থানীয় গাওঁৰক্ষী বাহিনীয়ে ৰাজদ্বীপৰ নিজা বাসগৃহৰ পৰা গাড়ীসহ আটক কৰি কচুৱা আৰক্ষীক গতাই দিয়ে।

আনফালে পূৰ্বে বিবাহিত ৰাজদ্বীপে ঢেকিয়াজুলিৰ পৰা কৌশলৰে বিবাহ কৰি আনিছিল ছয়মহীয়া গভৱতী মহিলা এগৰাকীক ।

গৰ্ভৱতী মহিলা গৰাকীয়ে জনা নাছিল ৰাজদীপ বিবাহিত বুলি ।
এতিয়া জানি আচৰিত হৈছে তেওঁ ।

সংবাদ দাতাঃ খাইৰুল ।

Leave a Reply

Your email address will not be published. Required fields are marked *