0 00 1 min 4 yrs 221

“জোনাক”ৰ দ্বাৰা নিবেদিত , অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা আৰু পৰেশ আকাশৰ কণ্ঠত “জাঁজী vol 3”   এলবামৰ যোগেদি আপোনাকলৈ আগবঢ়াই দিব খোজা গীতকেইটা জানুৱাৰী মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব । গীতৰ কথা সুৰ অপূৰ্ব বেজবৰুৱা আৰু পৰেশ আকাশৰ । সংগীত ব্যৱস্থাপনা পৰেশ আকাশৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *