0 00 1 min 5 yrs 198
মুক্তিৰ প্ৰথম দিনাই “কাঞ্চনজংঘা”ৰ  চচিয়েল মিডিয়াত লাইভ প্ৰচাৰক লৈ খঙত অগ্নিশৰ্মা হ’ল হাৰ্টথ্ৰব জুবিন গাৰ্গ । সমগ্ৰ অসমতে জুবিন অনুৰাগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া । উক্ত ঘটনা সম্পৰ্কত জুবিন গাৰ্গে ফেচবুক লাইভৰ যোগেদি দোষীক উচিত শাস্তি দিব বুলি জনোৱাৰ লগতে আন কোনেও যাতে দ্বিতীয়বাৰৰ বাবে এনে ভূল নকৰে তাৰ অনুৰোধ জনায় ।
অনিতা গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *