0 00 3 yrs 222

আঢ়ৈ বছৰ কামপুৰৰ লুটুমাৰী মাজগাঁৱৰ এজন একত্ৰিশ বছৰীয়া যুৱক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে ।

যুৱক জনৰ নাম ছিকণ্ডৰ আলি। উল্লেখ্য যে ২০১৮ চনত ৫ ডিচেম্বৰত ঘৰৰ পৰা নিৰুদ্দেশ হয়।মুখেৰে কথা কব নোৱাৰা লৰাজনৰ বিষয়ে কোনো লোকে সন্ধানপালে 60043549546/9074100798 নম্বৰত যোগাযোগ কৰিবৰ বাবে পিতৃ ছিৰাজ আলিয়ে অনুৰুধ কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *