0 00 1 min 6 yrs 197
কিডনী ৰ জটিল ৰোগত আক্ৰান্ত #বৰহোলা মহাবিদ্যালয় ৰ মেধাৱী ছাত্র  তথা অভিনেতা দীপু দাস —অসমবাসী ৰাইজৰ সহায় ভিক্ষা দৰিদ্ৰ পিতৃ- মাতৃৰ/ পুত্ৰৰ দুই কিডনী ট্ৰেন্সপ্লান্ত ৰ বাবে প্ৰয়োজন ১২- ১৫ লাখ টকাৰ
——————————————————————
আপোনাৰ অকণমান সহায়ে ঘূৰাই আনিব পাৰে দৰিদ্ৰ পৰিয়াল টিলৈ এমুঠি সুখ ।
(A/C Holder__Dipu Das,S/O __SarujanDas,
A/C No– 2041010040141,IFSC –UTBI0BLLR20 , simple grant, Borhoola Jorhat )
Mob:– 86388-26969
আহক সকলোৱে দীপু ক সহায় কৰোঁ
————————————————–
#সাৰংগপানী শিল্পী সমাজ — #গোলাঘাটৰ
অন্যতম জনপ্ৰিয় শিল্পী তথা গুৰুজনাৰ অন্যতম সৃষ্টি  ৰাজিক বিৰল প্ৰতিভাৰ দ্বাৰা ৰাজ্য খনৰ চহৰে নগৰে, গাওঁ – ভুৱে , প্ৰদৰ্শন কৰি খলকনি সৃষ্টি কৰিবলৈ সক্ষম হোৱা যোৰহাট জিলাৰ  তিতাবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত( চিম্পল গ্ৰাণ্ট/ বৰহোলা ) ৰ  অতি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ সন্তান তথা #বৰহোলা মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ দীপু দাস কিডনী ৰ দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ বৰ্তমান চিকিৎসা ধীন হৈ আছে #Dibrugarh HM Diognestic Centre & Hospital ৰ  (Room No 305 ) ৩০৫ নং কোঠাত ।  14 মে ৰ দিনা JMCH ৰ পৰা উন্নতমানৰ চিকিৎসা   যোৱা দুদিন ধৰি গ্ৰহণৰ  অন্তত ইতিমধ্যে উন্নত  চিকিৎসাৰ বাবে  অসমৰ বাহিৰলৈ নিবলৈ চিকিৎসকে আগবঢ়োৱা পৰামৰ্শৰ পিছতে দৰিদ্ৰ পিতৃৰ মূৰত যেন সৰগ ভাগি পৰিছে ।  দিন হাজিৰা কৰা পৰিয়াল টিয়ে ঘৰৰ মাটি দুখৰি বন্ধক দি কোনোমতে ডিব্ৰুগড় লৈ লৈ যোৱা দিপুৰ #দুয়োটা কিডনী বিকল্ হৈ পৰাত  তাৎক্ষণিক ভাৱে প্ৰয়োজন হোৱা ১২/ ১৫ লাখ টকাৰ যোগাৰ কৰাটো অসম্ভৱ । একমাত্ৰ পুত্ৰৰ এনে দুৰৱস্থাৰ বাবে  মাক –  দেউতাকে  অসমবাসী ৰাইজৰ পৰা আৰ্থিক সহাঁৰি বিচাৰি প্ৰাৰ্থনা জনাইছে । মৃত্যুৰ ক্ষণ গণি চিকিৎসাধীন হৈ থকা দীপুৱে অসমৰ মাননীয়
#মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, #স্বাস্থ্য মন্ত্ৰী, আৰু স্থানীয় বিধায়ক তথা ৰাজ্য খনৰ  #প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ , #সাংসদ পুত্ৰ গৌৰৱ গগৈ প্ৰমুখ্যে  সকলো দল সংগঠন আৰু স্বেচ্ছাসেৱী সংস্থা আৰু সমাজ সেৱকলৈ কাতৰ আহ্বান জনাইছে — ” মোক অলপ মান সহায় কৰক ,
————————————————————
আপোনালোকে বিচাৰিলে মই পুনৰ আগৰ দৰে
————————————————————
সুস্থ হৈ পৰিম ” Assam Talks ৰ মোক্ষ সম্পাদক
————–/————————————————-
দৰিদ্ৰ জনতাৰ জয়যাত্ৰা ৰ প্ৰধান বক্তা তথা বিশিষ্ট সাংবাদিক
#অনুপম চক্ৰৱৰ্তী , জনতাৰ শিল্পী তথা দিপুৰ প্রিয় গায়ক  জুবীন গাৰ্গ সহ সকলোলৈকে  মোক ৰাইজৰ মাজলৈ লৈ যাওক please”
————————-  বুলি আহ্বান জনাইছে ।
————————————————————–
এনেদৰে ।
পোষ্টটো share কৰি দীপু ক সকলোৱে সহায় কৰিব বুলি বিনম্ৰ আহ্বান জনালো ।

Leave a Reply

Your email address will not be published. Required fields are marked *