0 00 3 yrs 229
গাঁৱখনৰ বনমালি দাস আৰু বাপুৰাম তালুকদাৰৰ গৃহত ডকাইতি ৷
শিক্ষক বনমালি দাসৰ গ্ৰীলৰ তলা ভাঙি গৃহত প্ৰৱেশ কৰি লৈ যায় সোণৰ অলংকাৰ,নগদ ধন, মোৱাইল ফোনকেধৰি দুই লক্ষ্যাধিক টকাৰ সামগ্ৰী ৷ 
 অন্যহাতে অৱসৰপ্ৰাপ্ত শিক্ষক বাপুৰাম তালুকদাৰৰ গৃহৰো দুখনকৈ দৰ্জা চোকা অস্ত্ৰৰে খুলি ভিতৰত প্ৰৱেশ কৰি লৈ যায় সোণ, ৰূপৰ অলংকাৰকে ধৰি নগদ ধন আৰু মোৱাইল ফোন ৷
বাপুৰাম তালুকদাৰৰো প্ৰায় ডেৰ লক্ষ্যাধিক টকাৰ সামগ্ৰী লৈ উধাও হয় ডকাইত  ৷
দুয়োটা পৰিয়ালে মুকালমুৱা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ 
মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *