0 00 1 min 3 yrs 230


ৰাজ্যত দৈনন্দীন কৰ’ণাৰ সংক্ৰমণ ৰূধ কৰিবৰ কাৰণে আৰু ৰাইজক সতৰ্কৰ লগতে কৰ’ণাৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ নিমিত্তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন সংগঠন সমূহক বিভিন্ন সমাজ কল্যাণ মূলক পদক্ষেপ লোৱা দৃষ্টিগোচৰ হয় ৷আৰু লগতে হিন্দু -মুচলমান যে একেজন ঈশ্বৰৰে দান,আমি সকলো কাম একেলগে একযোট হৈ মৰমেৰে একতাৰ সাম্প্ৰতিক দোলেৰে সমাপন কৰিব লাগে আৰু শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ
সেই আদৰ্শ সাৰোগত কৰি একেলগে জিলাখনৰ বিভিন্ন স্থানত কৰ’ণাৰ বিপক্ষে যুজ দিয়া পৰিলক্ষিত হয়৷

আনহাতেদি দেৰগাঁৱতো অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে দেৰগাঁৱৰ থানা,সাহিত্য সভা ভৱন,বেংক, ATM ,বিভিন্ন মঠ,মন্দিৰ,ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিস্থানত চেনিটাইজেশ্বনৰ লগতে সংগঠনটোৱে মাস্কো বিতৰণ কৰে কৰা দেখা য়ায়৷কাৰ্যসূচীত অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালী,যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাই আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *