0 00 1 min 3 yrs 233


ৰাজ্যত কৰ’ণাৰ বন্ধৰ সময়তে আন এক সমস্যাৰ সূত্ৰপাত হোৱা দেখা যায়৷সেয়া হ’ল ক’ৰণাৰ পৰিপেক্ষিতত চৰকাৰে কাৰ্য্যকৰী কৰা এখনৰ পিছত আন চৰকাৰে কাৰ্য্যকৰী কৰা SOP ৰ ফলত গৰুৰ গাখীৰ বিক্ৰিৰ বাবে বজাৰৰ অভাৱ অভাৱ পৰিলক্ষিত হৈছে ৷যিহেতু বজাৰ দোকান পোহাৰ বন্ধৰ লগতে কৰ’ণাৰ সন্ত্ৰাহৰ ফলত সৰ্বসাধাৰণ ৰাইজ ওলাই আহিব পৰা নাই গতিকে গাখীৰৰ চাহিদাও কমিবলৈ ধৰিলে৷বজাৰ ন’হলে গাখীৰ ক’ত বিক্ৰি কৰিব?কোনে ক্ৰয় কৰিব?গতিকে দৈনিক ৪০-৪৫ লিটাৰ গাখীৰ হ’য়তো কোনোৱে পেলাই দিব লগা হৈছে নহ’লে কাৰোবাক এনেই বিতৰণ কৰিব লগা হৈছে৷গতিকে পুণৰ গৰুৰ খাদ্ৰ সামগ্ৰী কেনেকৈ ক্ৰয় কৰিব৷গতিকে গৰু পোহা ৰাইজসকল বিপদত পৰা পৰিলক্ষিত হৈছে৷
এই দৃশ্ব্য গোলাঘাট কমাৰবন্ধাৰ৷গোলাঘাট কমাৰবন্ধাৰ বিমান বৰা নামৰ লোকজনে ৯জনী মান গৰু প্ৰতিপাল কৰি নিজৰ ৮ জনীয়া এটা পৰিয়াল পোহ পাল দি থকাৰ সময়তে বন্ধৰ প্ৰভাৱে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে বুলি কেমেৰাৰ আগতে কেনেদৰে ক্ৰন্দত কৰিছে চাও আহক আমাৰ বিশেষ প্ৰতিবেদন৷

Leave a Reply

Your email address will not be published. Required fields are marked *