0 00 4 yrs 215
👉চতুৰ্দশ বিত্তীয় আয়োগৰ কামত হাইলাকান্দি জিলাৰ বাহাদুৰপুৰ গাঁও পঞ্চায়তত দুই কোটি দুৰ্নীতিৰ অভিযোগ আছুৰ 
 👉ৰবিবাৰে এই দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হয় সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) বাহাদুৰপুৰ আঞ্চলিক কমিটিৰ কৰ্মকৰ্তাই  বাহাদুৰপুৰ গাঁও পঞ্চায়তৰ সচিব বিজয় সিংহৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
👉বাহাদুৰপুৰ গাওঁপঞ্চায়তৰ সভাপতি জাকিৰ হোসেইন আৰু সচিবৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল শ শ ৰাইজ।
 👉বিগত দিনে বাহাদুৰপুৰ গাঁও পঞ্চায়তৰ উন্নয়নমূলক কামত যি সমূহ দুৰ্নীতি সংঘটিত হৈছে তাৰ ন্যায়িক পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে আছুৰ বাহাদুৰ পুৰ আঞ্চলিক সমিতিৰ সভাপতি ছাদ্দাম হুছেইন, সাধাৰণ সম্পাদক আবুল হুছেইন বৰভূঞা, সাংগঠনিক সম্পাদক মৰতুজা আহমেদ চৌধুৰী ও উপ সভাপতি ছাইদুল আলম লস্কৰৰ লগতে অন্যান্য বিষয়ববীয়াই।
হাইলাকান্দিৰ পৰা ব্যাৰু ৰিপোৰ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *