0 00 1 min 3 yrs 180

চাবুৱাত মটক যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ ।

চাবুুৱাৰ অঞ্চলৰ ভিতৰতে এখন অন্যতম হাস্পতাল হৈছে মডেল হস্পিতেল । কিন্তু সেইখনৰো অৱস্থা এতিয়া তথৈবচ । উল্লেখ্য যে সমগ্ৰ চাবুৱাত দুখীয়া লোকসকলৰ বাবে অসুখ হলেই এতিয়া বিপদ । কিয়নো মডেল হস্পিতেলৰ বাহিৰে চাবুৱাত নাই কোনো অন্য চৰকাৰী বা বেচৰকাৰী হাস্পতাল..অসুখ হলেই সৃষ্টি হয় হাহাকাৰ..গতিকে সোমবাৰে চাবুৱাত মটক যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তিয়ে ৰূপায়িত কৰে উত্তাল প্ৰতিবাদ..সংগঠন দুটাৰ সদস্যসকলে দৰমহা লৈ উপস্থিত নথকা শিশু চিকিৎসকক 24-ঘণ্টাৰ ভিতৰত চিকিৎসালয়লৈ অনা,,24-ঘণ্টাৰ ভিতৰত আলটা চন’গ্ৰাফী মেচিন মৰাণ তিলৈ গ্ৰাম্য চিকিৎসালয় পৰা মডেল হস্পিতেললৈ অনা আদি বিভিন্ন দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয় ।

উক্ত প্ৰতিবাদত অন্যান্য সংগঠনসমূহেও সহযোগ কৰে বুলি জানিব পৰা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *