0 00 5 yrs 218
     শ্বহীদ চুনিলৰ পত্নীক ফেচবুকত অশ্লীল মন্তব্য কৰি অপমানিত কৰা কথাটো মনত আছেনে আপোনালোকৰ ?  হয় , এইজনেই সেই ব্যক্তিজন । নাম চাহিল আব্বাচ । আৰক্ষীয়ে চাহিলক জম্মু কাশ্মীৰত গ্ৰেপ্তাৰ কৰি অসমলৈ আনে । উল্লেখযোগ্য যে চাহিলে কৰা অশ্লীল মন্তব্যৰ বাবে কিছুমান বি জে পি কৰ্মীয়ে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতেই পুলিচে চাহিলক গ্ৰেপ্তাৰ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *