0 00 1 min 5 yrs 204
       নাটক পৰিৱেশৰ এক মাধ্যম হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ । অসমৰ ই ঠাইৰ পৰা সি ঠাইলৈ  নাটক প্ৰদশন কৰি ফুৰা কৰাটোৱেই ভ্ৰাম্যমাণৰ প্ৰধান পৰিচয় যদিও যাত্তা বা অন্যান্য ভ্ৰমণকাৰী নাট্য দলৰ লগত ইয়াৰ পাথক্ক  পৰিলক্ষিত হয়।   অসমৰ পোন প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ দল বুলি ক’লে নটৰাজ থিয়েটাৰ নাম ল’ব পাৰি । নটৰাজ থিয়েটাৰৰ মণ্বৰ জেৰেঙাত সতী, বেউলা , মণ্তী , হ’ম , এৰিণা, আল্লা, ঈশ্বৰ ইত্যাদি নাটকৰ অভৃতপৃব সমাহাৰে  দশকক আমোদ দিছে । দ্বিতীয় বছৰত নাট্য দলটোৱে  ‘বেউলা’ নামৰ নাটক খন পোণ্ধৰ বছৰ মণ্বস্হ কৰিছিল। 1968 চনত নটৰাজ পিছত  চমতাত  ধৰণী বমণে ‘সুৰ দেৱী নাট্য সংঘ স্হাপন কৰি 1965 চনত ‘সুৰদেৱী থিয়েটাৰ’লৈ ইয়াক পৰিৱতন কৰিছিল। এই দলটোৰ প্ৰথম বছৰৰ নাট্য পৰিচালক আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা । ‘সুৰদেৱী থিয়েটাৰ মণ্বত চম্বলৰ অভিশাপ, অভিশাপ চম্বল নামৰ কৰুণা বৈশছ ৰচিত দুখন নাটক সেই  সময়ত আলোড়ন সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও ভ্ৰাম্যমাণ মণ্বৰ প্ৰথম মণ্বায়ন হৈছিল এই সুৰদেৱী থিয়েটাৰৰ  মণ্বতে। ‘পৃবজোতি থিয়েটাৰ ‘ভ্ৰাম্যমাণ থিয়েটাৰৰ তৃতীয় থিয়েটাৰ। প্ৰয়াত কৰুনা মজুমদাৰ প্ৰযোজিত এই নাট্য দলটোৰ পৰিচালক ফণী শমা, সংগীত পৰিচালক ডঃ ভূপেন হাজৰিকা। এই দলটোত প্ৰথম সামাজিক নাটক নাটক ফণী শমাৰ এমুঠি চাউল ,চিৰাজ ,প্ৰফুল্ল বৰাৰ সাকো , বিপুল জনপ্ৰিয়তাৰে মণ্বস্হ হৈছিল। ‘অসম ষ্টাৰ থিয়েটাৰ ‘দল ১৯৭০চনত কুমুদ শমাই প্ৰযোজনা কৰে । এই চনতেই নলবাৰী ত প্ৰযাত বীৰেন কলিতাই ৰূপ কোৱৰ থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল। এই থিয়েটাৰৰ যোগেদি ভবেন বৰুৱাই জনপ্ৰিয় নাট্যকাৰ ৰূপে আত্ম প্ৰকাশ কৰিছিল। 1972-73 চনত প্ৰয়াত সদা লহকৰে পুনৰ জন্ম দিয়া নটৰাজ অপেৰা 1978-79 চনত পৰিৱৰ্তন হয় আৰাধনা থিয়েটালৈ।1976-77নাট্য বষত পাঠশালাত ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ৰ যুটীয়া প্ৰযোজনাত আৰাম্ভ হোৱা ‘কহিনুৰ থিয়েটাৰ’আৰু 1980-81চনত কৃষ্ণ ৰয়ে আৰম্ভ কৰা আৱাহন থিয়েটাৰ ৰ জন্ম লগ্ন লগে ই ভ্ৰাম্যমাণ ৰ নাটক অন্য এক মাত্ৰা লাভ কৰিবলৈ সশ্মম হ’ল । ‘শিমলু চণ্দন’ নাটকেৰে মহেন্দ্ৰ বৰঠাকুৰৰ ‘ৰামধেনু’ নাটকেৰে  ডঃ ভৱেন্দ নাথ শ ইকীয়া ‘ ৰতন লহকৰ প্ৰযোজিত ‘কহিনুৰ থিয়েটাৰ মণ্বত অৰুণ শমা ,অতুল বৰদলৈয়ে ধৰি হেমন্ত দত্ত , সেৱাব্ৰত বৰুৱা ক লৈ বহু কেইজন শত্তি শালী নাট্য কাৰৰ আগমন ,কুলদা কুমাৰ ভট্ৰচাযৰ দৰে পৰিচালক যোগদানে ভ্ৰাম্যমাণ ক প্ৰদান কৰিলে এক বিশাল আয়তন । শ্বেইকছপীয়েৰৰ কেইবাখনো কালজয়ী নাটকৰ অনুবাদ উপৰিও অসমত যাৰ হেৰাল সীমা, পাতাল ভৈৰবী , সাগৰলৈ বহুদূৰ ,অনুৰাধাৰ দেশ আদি বহুল পঠিত উপন্যাস মণ্বত সুণ্দৰ ভাৱে অভিনীত হৈছিল ।
                          ‌      ইয়াৰ উপৰিও নলবাৰী জিলাত মৰোৱাত শৰৎ মজূমদাৰে প্ৰতিষ্ঠা কৰা ভাগদেৱী থিয়েটাৰ , উত্ত জিলাৰে মাখিবাহাত অতুল ভট্টাচাৰ্য ই প্ৰতিষ্ঠা কৰা মকুণ্দ থিয়েটাৰ, বৰপেটা জিলাৰ সথেবাৰী বণিয়াকুছিৰ ৰামদাস বমনে প্ৰতিষ্ঠা কৰা বীণা পাণি থিয়েটাৰ, উজনি অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল হিচাপে শিৱসাগৰ জিলাৰ নিতাই পুখুৰী ত প্ৰয়াত গোলাপ বৰগোহাঁইয়ে প্ৰতিষ্ঠা কৰা জোতি ৰূপা থিয়েটাৰ আদিয়ে কেইবাখনো গুৰুত্ব পূৰ্ণ ,নাটক মণ্বায়েনে বিশেষ কৃতিত্ব বহুল কৰিছে।                                  ‌   আশী দশকত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক সমূহ আছিল নিটোল কাহিনী সমৃদ্ধ।সংলাপ ,চৰিত্ৰ গাথনি, নাটকীয় সংযাত বাস্তৱ সন্মত আৰু উপভোগ্য।কিন্তু নব্বৈ দশকত মধ্যভাগৰ পৰা ভ্ৰাম্যমাণৰ নাটকলৈ একমাত্র বৱসায়িক প্ৰতিদ্বণ্বীক থকা সৰকা মানসেৰে আগমন ঘটিল বিভিন্ন কাৰিকৰী মাধ্যমৰ । টেকনিকে নাটকক হেচা মাৰি ধৰিছিল। আনহাতে অন্য ভাষাৰ ছবিৰ হুবহূ অনূকৰনেৰে ৰচনা কৰা নাটক সমূহ প্ৰদশিত হৈছে।  অসমৰ জনজীৱনৰ বাবে সম্পূৰ্ণ আচহুৱা , খনোৰ যাদু , খনোৰ একচন চাবলৈ প্ৰেশ্শাগৃহত নতুন প্ৰজন্ম দশকৰ ভিৰ লাগিছে যদিও অচুত লহকৰে বহু হেপাঁহেৰে জন্ম দিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ গৰিমাক লাঘৱ কৰিছে ।                                ‌    
         নাটক সমূহ মহত্ত্ব পূন আৰু নাটকীয় উপাদানৰে পৰিপূন হ’লে দশকৰ হ্দয় স্পৰ্শ কৰিব পাৰে  । ইয়াৰ বাবে হয়তু আৰম্ভণিৰ কেইবাখনো নাটকৰ দশক ৰ মনোগ্ৰাহী । এতিয়াও আপোচ নকৰাকৈ ৰোৱা বহু কেইগৰাকী নাট্য কাৰ , পৰিচালক আছে । এতিয়া ও ভাল নাটকৰ সন্ধান ত অপেক্ষাৰত সচেতন দশক বহুত আছে, যি সকল লগত আমিওআশাৰে ৰৈ আছোঁ।        
                          ‌        
চাৰজিনা চহৰীয়া, মংগলদৈ                              ‌       

Leave a Reply

Your email address will not be published. Required fields are marked *