0 00 1 min 3 yrs 187

চেঙাৰ কাছুমাৰাত ভদীয়া বানৰ তাণ্ডৱ ।ভদীয়া বানৰ তাণ্ডৱত বিকল হ’ল এখন দলং ।বিচ্ছিন্ন প্ৰায় যাতায়ত ব্যৱস্থা ।বিগত তিনি মাহ পূৰ্বে নিৰ্মান কৰা হৈছিল দলংখন ।এই দৃশ্য চেঙাৰ কাছুমাৰাৰ । কাছুমাৰা বজাৰ পাৰঘাট দলংৰ অৱস্থা এয়া ।ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নি পানীয়ে ধাৰণ কৰিছে কালৰূপ | ইয়াকে লৈ শংকিত নৈপৰীয়া গঞা ।হয়তো যিকোনো মহূতৰ্তে নৈৰ প্ৰৱল সোঁতে উঠোৱাই নিব এই দলংখন ।সংবাদ দাতাঃ ইমনুল হাচান

Leave a Reply

Your email address will not be published. Required fields are marked *