0 00 1 min 4 yrs 182

তৰালি শৰ্মা অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত পৰিচালক । ২০০৩ চনত “আকাশী তৰাৰ কথাৰে ” ছবি খনৰ যোগেদি শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। তৰালি শৰ্মাই বহুতো অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপেও কাম কৰিছে। তাৰ ভিতৰত কিছুমান উল্লেখযোগ্য হ’ল “লাজ” , “যাত্ৰা” , “বসুন্ধৰা” , “অভিযাত্ৰী” , “আকাশী তৰাৰ কথাৰে” ইত্যাদি । 

   তৰালি শৰ্মাই এতিয়ালৈকে বহুতো জনপ্ৰিয় এলবামত কণ্ঠদান কৰিছে । তাৰ ভিতৰত কিছুমান উল্লেখযোগ্য হ’ল – “অভিসাৰী প্ৰিয়া ” “সোণজনী ” , “শংকৰ-মাধৱ “, “স্নেহ”, “পোহৰ”, “তৰালি”, “হেঙুলীয়া”, ইত্যাদি ।
প্ৰিয়া দত্ত, ৰাজগড় , গুৱাহাটী

Leave a Reply

Your email address will not be published. Required fields are marked *