0 00 5 yrs 199
বাংলা কথাছবি “চামচাৰা”ত গীত গালে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাই । উক্ত কথাছবি খনত “সময়ৰ মায়াজাল”  শীৰ্ষক গীতটো পৰিবেশন কৰি নথৈ আনন্দিত হয় জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী । তেওঁ জুবিন গাৰ্গকে আদি কৰি গীতটোৰ লগত জড়িত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । দুৰন্ত কণ্ঠ প্ৰতিভাৰে সকলোৰে হৃদয় জয় কৰা বৰ্ণালী কলিতালৈ আমাৰ ফালৰপৰাও থাকিল হিয়াভৰা শুভেচ্ছা ।

Leave a Reply

Your email address will not be published. Required fields are marked *