0 00 1 min 4 yrs 187

বিচাৰি ফুৰোঁ‌তেই অৰ্থ

পাহৰিলো শব্দটোকেই মই
লিখিবলৈ সময়-ফলিত
আৰু অ’ত-ত’ত পৰি ৰ’ল
কেইটিমান বৰ্ণ মাথো হৈ 
হৃদয়-আদিপাঠতে তোমাৰ !
                             – সাগৰ

Leave a Reply

Your email address will not be published. Required fields are marked *