0 00 3 yrs 216

জুৰীয়াত পুনৰ ৰাইজে আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীক । জুৰীয়া দগাঁৱৰ শালপাৰাৰ ৰেল গেটত ছাদ্দাম হুছেইন আৰু জাহাংগীৰ আলম নামৰ দুই সৰবৰাহকাৰীক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে ৰাইজে আটক কৰি পিছত স্থানীয় আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাক আটক কৰি ধৃত সৰবৰাহকাৰী দুটাৰ পৰা এটা কন্টেইনাৰো উদ্ধাৰ কৰে। উল্লেখ্য যে ড্ৰাগছ সেৱন আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰূদ্ধে পূৰ্ণ সজাগ হৈ পৰিছে সাধাৰণ জনতা।

ৰেজাউল

Leave a Reply

Your email address will not be published. Required fields are marked *