0 00 1 min 6 yrs 195
মডেলিং, অভিনয় তথা গ্লেমাৰ  জগতখনত নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন বহুতেই দেখে । তেওঁলোকক চিনাকী কৰি দিয়াৰ উদ্দেশ্যে আগত ৰাখিয়েই আমি জোনাকৰ (www.junaak.com) তৰফৰপৰা “জোনাকৰ মডেল ” শিতানটো দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ । নিৰ্বাচিত সকলৰ মাজৰপৰা প্ৰয়োজন সাপেক্ষে কিছুমানক মিউজিক ভিডিও, চুটি ছবি, ধাৰাবাহিক আদিত অভিনয়ৰ বাবে অডিশ্যনৰ ব্যৱস্থা কৰি দিয়া হয় ।
উক্ত শিতানটোত অংশগ্ৰহণ কৰিব বিছাৰিছে যদি তিনিখন বা ততোধিক ভাল কোৱালিটিৰ ফটো আমালৈ ই-মেইলৰ দ্বাৰা প্ৰেৰণ কৰক । আমাৰ ১০ জন সদস্যৰে গঠিত সম্পাদনা সমিতিয়ে নিৰ্বাচিত বুলি বিবেচনা কৰা “জোনাকৰ মডেল” সকল www.junaak.com

ত উপলব্ধ হ’ব । আমাৰ ই-মেইল ঠিকনা হ’ল – 

Leave a Reply

Your email address will not be published. Required fields are marked *