0 00 1 min 5 yrs 203
২০ বছৰীয়া টিকটক চেনচেশ্যন চ’নিকা কেটাৱতৰ  বাইক দুৰ্ঘটনাৰ ফলত নিহত হয় । অন্ধ্ৰ প্ৰদেশৰ ৱাইজাগত ইঞ্জিনিয়াৰিং বি টেকৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা চনিকাৰ সপোন আছিল এগৰাকী সফল অভিনেত্ৰী হোৱাৰ । নালগোন্দাৰ কেটাপল্লিত চনিকাৰ বাইক দুৰ্ঘটনা সংঘটিত হৈছিল । জানিব পৰা গৈছে যে চনিকাৰ বাইক আৰু এখন চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়ত চিকিৎসা চলি থকাৰ সময়তে তেওঁ চিৰদিনৰ বাবে চকু মুদে । তেওঁৰ মৃত্যুত শোকত ভাগি পৰিছে অনুৰাগী সকল ।
অঞ্জলি মুখোপাধ্যায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *