ডাম্পাৰ চালকক আক্ৰমণ টোলগেট কৰ্মচাৰীৰ।
ফাষ্টেকৰ পৰা কৰ সংগ্ৰহ কৰাৰ পাছতো অতিৰিক্ত কৰ বিছাৰিছিল টোলগেট কৰ্মচাৰীয়ে।
অতিৰিক্ত কৰ নিদিয়াত টোলগেটৰ কৰ্মচাৰীয়ে চালকক আক্ৰমণ কৰে
আক্ৰমনকাৰী কৰ্মচাৰীজনৰ নাম ছাহাব উদ্দিন
আক্ৰমণকাৰীক বিচাৰি আৰক্ষীৰ ঘৰে-ঘৰে অভিযান।
আৰক্ষীৰ উমান পায় পলায়ন আক্ৰমণকাৰীৰ।
টোলগেটত ফাষ্টটেগ বিক্ৰী কৰা, যুৱকৰ সা সামগ্ৰীও চোৰ কৰি লৈ যোৱাৰ অভিযোগ কৰ্মচাৰীজনৰ বিৰুদ্ধে
শ্বাহাব উদ্দিন নামৰ টোলগেট কৰ্মচাৰী জনে পূৰ্বৰে পৰা নিজকে টোলগেটৰ ইনছাৰ্জ বুলি পৰিচিত দি পথচাৰীক আক্ৰমণ কৰাৰ আভিযোগ৷
ডবকাৰ পৰা সুমন ভৌমিকৰ ৰিৰ্পট