0 00 1 min 3 yrs 175

ডুমডুমীয়াত পুথিভড়ালৰ শুভ উদ্বোধন আৰু কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্ভৰ্ধনা যোৱাকালি জেঙনী তিনি আলিত ৰাজহুৱা পেক্ষাগৃহত এটি পুথিভড়ালৰ শুভ উদ্ধোদধন কৰাৰ লগতে ২০২১ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ -ছাত্ৰী সকলক মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্ভৰ্ধনা জনোৱা হয় । ৰাজাবাৰী-শলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী নাজিমা চুলতানা জিলা পৰিষদৰ সদস্য জিয়াবুৰ ৰহমান শিক্ষক ওৱাহিদুৰ ৰহমান শ্বহিদুল ইছলাম ফাৰ্মাচিষ্ট ইমৰান হুছেইন শিক্ষক আহমেদ আলী ৰ লগতে দুই শতাধিক লোকে সভাত অংশগ্ৰহন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *