0 00 1 min 4 yrs 227

�      

কোনে কৰিলে ধৰ্ষন এই কনমানি জনীক?
কোন নো সেই ধৰ্ষনকাৰী ?���              কি দুখ আছিল
নিষ্পাপ কনমানি জনীৰ?
নে তাইৰ মুখমণ্ডল হৈ পৰিছিল
ধৰ্ষন কাৰীৰ বাবে  কলংকীনি?
আৰু কিমান চলিব নিষ্পাপ শিশুৰ ওপৰত অত্যাচাৰ?
দেখি শুনিও নিঃচুপ
সকলো যেন নিৰ্বোধ মূৰ্তিৰ আকাৰ
নাই, নাই আৰু সহ্য কৰিব নোৱাৰি
সকলো পিতৃ-মাতৃ আৰু ভাই-ভনীক লাগে ইয়াৰ সু- বিচাৰ,
নে এনেকৈয়ে চলি থাকিব অহনিৰ্শে বিষ্ণু জ্যোতি আৰু ভূপেন মামাৰ সোণৰ অসমত
ধৰ্ষণ,হত্যা,অন্যায় অবিচাৰ’ ।
কিম্বা তাণ্ডব ??

দীপাঙ্কৰ লাহন,গহপুৰ
মোঃ ৬২৩৮৯৩৪৩০৮

Leave a Reply

Your email address will not be published. Required fields are marked *