0 00 1 min 4 yrs 173

দুদিন আগত দিল্লীত নিৰ্বাচন হৈ গ’ল । এতিয়া অপেক্ষা মাথোঁ ফলাফল ঘোষণা কৰালৈ । জনতাৰ মতে বিপুল ভোটত জয়ী হব অৰবিন্দ কেজৰিয়াল অৰ্থাৎ আম আদমী পাৰ্টী । উল্লেখযোগ্য যে ২০১৪ চনত আম আদমী পাৰ্টীয়ে  অভূতপূৰ্ব ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল । পুনৰ সেই ফলাফল দেখুৱাবলৈ সক্ষম হ’বনে ? ঝাৰখণ্ড , মহাৰাষ্ট্ৰত বিজেপিৰ পতন হোৱাৰ পাছত এইবাৰ দীল্লীতো পুনৰবাৰ বিজেপিৰ পতন হ’বনে নহয় সেয়া সময়তহে গম পোৱা যাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *