0 00 1 min 4 yrs 126

মা: সোণ তই নো সদায় সদায় কি ভাবি থাক?

মই,মই একো ভাবি নাথাকো মা।
অ’এটা প্ৰশ্নই মোৰ মনটোক আমনি নকৰাকৈ নাথাকে জানা?
কিন্তু সেই প্ৰশ্নটো তোমাক সুধিবও নোৱাৰো বৰ ভয় লাগে।
কিন্তু কি কৰিম কোৱা মা?লগৰ বোৰে যে মোক সদায় ঠাট্টা কৰি কৰি হাঁহে।
কি কৰিম একো উপায় নাই,দিনে নিশাই মাথো এটাই প্ৰশ্ন?
আজিও মনত পৰে দেউতাৰ হাতত হাত ধৰি উমলাৰ কথা।
শৈশৱ এৰি,ল’ৰালিও এৰি,যৌৱনত ভৰি দিলো,কিন্তু সেই একেটা প্ৰশ্নৰ উত্তৰ মই বিচাৰি নাপালো।
আজি নহ’লে তোমাক সুধিয়েই পেলাঁও মা,প্লিজ তুমি কিন্তু না নক’বা আৰু সুধাৰ কাৰণে বেয়াও নাপাবা______।
অ’ মা আমাৰ “`দেউতা কিয় চাকৰ´´´´
ম’বাইল নং 6238934308.
জোনাক ই আলোচনীৰ november মাহৰ বাবে আগবঢ়ালো।mur ei kobita tu vul truti anguliyai prakax korar jugyo kori diye jen.dhanyabad.

Leave a Reply

Your email address will not be published. Required fields are marked *